• Home
  • ক্ৰীড়া
  • ২০২৬ টি-২০ বিশ্বকাপত ভাৰতৰ ঐতিহাসিক বিজয়
Image

২০২৬ টি-২০ বিশ্বকাপত ভাৰতৰ ঐতিহাসিক বিজয়

 ২০২৬ চনৰ আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্ব বিজয়ীৰ খিতাপ অৰ্জন কৰিলে ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত ভাৰতে নিউজীলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি ট্রফী দখল কৰে ।

বিজয়ৰ পাছতে সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিছে ।

শ্বাহৰুখ খান, ৰাম চৰণ আৰু ৰণবীৰ সিঙৰ দৰে জনপ্ৰিয় তাৰকাসকলে সামাজিক মাধ্যমৰ জৰিয়তে ভাৰতীয় দলটোক আন্তৰিক অভিনন্দন জনাইছে ।

তেওঁলোকে ভাৰতীয় খেলুৱৈসকলৰ প্ৰশংসা কৰি এই জয়ক দেশৰ বাবে এক গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰিছে ।

Releated Posts

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ সমুখসমৰত RR vs CSK অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ চেন্নাই…

ByByMahesh Malakar Mar 30, 2026

 দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট বৰ্ষাপাৰাত ধোনীক চোৱাৰ পৰা বঞ্চিত হ’ব অনুৰাগী

কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মেচ। ইতিমধ্যে ৪দিন পূৰ্বৰে পৰা গুৱাহাটীত…

ByByMahesh Malakar Mar 29, 2026

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম…

ByByMahesh Malakar Mar 27, 2026

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ

অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…

ByByMahesh Malakar Mar 15, 2026
Scroll to Top