• Home
  • অপৰাধনামা
  • সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ
Image

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

ভাৰতৰ এটা যুৱপ্ৰজন্মৰ দল লগত লৈ পাকিস্তানৰ এম্বেছীলৈ গৈছিল গৌৰৱ গগৈয়ে

গৌৰৱ গগৈ পাকিস্তানত যাওঁতে পাকিস্তানৰ হাই কমিচনাৰ আব্দুল বছিতৰ সৈতে দীৰ্ঘ সময় বৈঠক বহিছিল গৌৰৱ গগৈ

সমান্তৰালকৈ ভাৰতক অশান্ত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল আলী তৌকিৰে

লীড পাকিস্তান নামৰ NGOৰ CEOৰ আছিল আলী তৌকিৰ

আৰু ২০১১ মাৰ্চ মাহৰ পৰা ২০১৭ চনলৈকে পাকিস্তানত কৰ্মৰত আছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তদন্ত দেশৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ

২০১৩ চনৰ ২৪ ছেপ্টেম্বৰত গৌৰৱ-এলিজাবেথৰ বিবাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

মুঠ ৯১.২৭ লাখ টকা পাইছিল লীড ইণ্ডিয়াই

ইয়াৰে ৮২.৪১ লাখ টকা কেৱল এলিজাবেথৰ দৰমহা আছিল

লগতে সংবাদমেলৰ কেইবাটাও বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

Releated Posts

‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ

নিৰ্বাচনী ফলাফললৈ মাজত মাত্ৰ এটা দিন বাকী ‘৪ মে’ত অসমত গঠন হ’ব বিৰোধীৰ চৰকাৰ গৌৰৱ গগৈ হ’ব মুখ্যমন্ত্ৰী’…

ByByMahesh Malakar May 2, 2026

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি

ভোট গণনাক লৈ যোৰহাটত ১৬৩ ধাৰা জাৰি ভোটগণনা কেন্দ্ৰৰ চৌহদত সমদল,শ্লগান দিব নোৱাৰিব ভোটকেন্দ্ৰৰ ভিতৰলৈ নিজ নোৱাৰিব মোবাইল…

ByByMahesh Malakar May 2, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’

জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…

ByByMahesh Malakar May 1, 2026
Scroll to Top