• Home
  • অসম
  • হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে দেশৰ উন্নতি নহ’ব : মল্লিকাৰ্জুন খাৰ্গে
Image

হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে দেশৰ উন্নতি নহ’ব : মল্লিকাৰ্জুন খাৰ্গে

  • AICC ৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সংবাদমেল 
  • হোটেল ভিভান্টাত সংবাদমেল সম্বোধন কৰে AICC ৰ সভাপতিগৰাকীয়ে 
  • সংবাদমেলত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে AICC ৰ সভাপতিগৰাকীয়ে 
  • হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা মুখ্যমন্ত্ৰী থাকিলে দেশৰ উন্নতি নহ’ব
  • সাধাৰণ জনতাক ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী নালাগে 
  • এইবাৰৰ যুজঁ ৰাইজ বনাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 
  • প্ৰতিটো দলতে একো একোজন গাদ্দাৰ নেতা থাকেই 
  • অসমৰ পুত্ৰ জুবিন গাৰ্গে এতিয়ালৈকে ন্যায় লাভ কৰা নাই 
  • ফাষ্টট্ৰেক কৰ্ট  ৬ মাহৰ পাছত গঠন হ’ল যিটো আগতীয়াকৈ হ’ব লাগিছিল 
  • বিশেষকৈ মহিলাসকলৰ ক্ষত্ৰত কংগ্ৰেছ তৰকাৰ আহিছে আৰু সুবিধা লাভ কৰিব মহিলাসকলে 
  • আমাৰ  চৰকাৰে মহিলাসকলক  আঁচনিৰ ধন দিব 
  • এখন সুস্থ, সৱল দেশৰ বাবে এজন বাল মুখ্যমন্ত্ৰীৰ প্ৰয়োজন 

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top