• Home
  • অসম
  • হিমন্ত মন্ত্ৰীসভাত কাৰ কাৰ নাম
Image

হিমন্ত মন্ত্ৰীসভাত কাৰ কাৰ নাম

হিমন্ত মন্ত্ৰীসভাত কাৰ কাৰ নাম

কাইলৈ কোন কোন মন্ত্ৰীয়ে ল’ব শপত?

প্ৰকাশ সম্ভাৱ্য তালিকা

অশোক সিংহল, ৰণোজ পেগু, পিযুষ হাজৰিকা

জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, কৌশিক ৰায়

কেশৱ মহন্ত, অশ্বিনী ৰায় সৰকাৰ, বলিন চেতিয়া

তুলিৰাম ৰংহাং, কৃষ্ণেন্দু পাল, ৰাজদ্বীপ ৰয়

পদ্ম হাজৰিকা, ভূপেন বৰা, সুশান্ত বৰগোহাঁই

ময়ুৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰৰ নাম চৰ্চাত

কাইলৈ ১২ বাজি ৪৫ মিনিটত জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান

Releated Posts

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ

সেনা বাহিনীত যোগদান কৰাৰ হেঁপাহ হেঁপাহ হৈয়ে থাকিল বৰপেটাৰ দুই বন্ধুৰ ৰে’লৰ খুন্দাত থিতাতে প্রাণ হেৰুৱালে দুই বন্ধুৱে…

ByByMahesh Malakar Jun 24, 2026
Scroll to Top