• Home
  • অসম
  • নিশা মূষলধাৰ বৰষুণ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
Image

নিশা মূষলধাৰ বৰষুণ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

নিশা মূষলধাৰ বৰষুণ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ

মূষলধাৰ বৰষুণ আহিছে গল্ডি তুমি ঠিকে আছা নে?

প্ৰচণ্ড বৰষুণত ক্ষতিগ্ৰস্ত হৈছে জুবিনক্ষেত্ৰৰ সামগ্ৰী

জুবিনক্ষেত্ৰৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে?

বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নাই জুবিনৰ স্মৃতিত নিৰ্মাণ হৈ থকা ‘জুবিনক্ষেত্ৰ’ৰ কাম

বাৰিষা আৰম্ভ হ’লে পাহাৰৰ পৰা নামি অহা বোকা, পানী আৰু মাটিয়ে এই স্থানখনত কদৰ্যময় পৰিৱেশ সৃষ্টি কৰাৰ সম্ভাৱনা আছে

নিৰ্মাণকাৰ্যত অসুবিধা হোৱাৰ আশংকা প্ৰকাশ কৰি আহি আহিছে গৰিমা শইকীয়া গাৰ্গৰ লগতে বিভিন্নজনে

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

Scroll to Top