• Home
  • অসম
  • আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন।
Image

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন।

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন।

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথমটো দিন।

জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগৰে আৰম্ভ সদনৰ প্ৰথম দিনৰ কাম-কাজ।

ইয়াৰ পাছতে আৰম্ভ সদনৰ প্ৰশ্নোত্তৰ ঘণ্টা।

প্ৰথমদিনাই সদনত উত্থাপন হ’ব কমেও ১১ খন ন-পুৰণি বিধেয়ক।

আনহতে সোমবাৰে এইবাৰৰ বিধানসভাৰ শীতকালীন অধিৱেশনক ঐতিহাসিক শীতকালীন অধিৱেশন বুলি উল্লেখ কৰে।

এইবাৰ বিধানসভাত উত্থাপন হ’ব ২৭খনকৈ নতুন আইন।

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top