• Home
  • অসম
  • ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!
Image

ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!

আজি অসম জাতীয় পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে ৰাজেন গোহাঁই

নগাঁৱৰ পৰা চাৰিবাৰকৈ সাংসদ হৈছিল গোহাঁই

২০২৬ ৰ নিৰ্বাচনত নগাঁওৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা

কিছুদিন পূৰ্বে বিজেপি ত্যাগ কৰিছিল ৰাজেন গোঁহাইয়ে

আজি লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত যোগদান কাৰ্যসূচী সম্পন্ন

ৰাষ্ট্ৰীয়তাবাদৰ পৰা জাতীয়তাবাদলৈ;পদুম এৰি জাহাজত উঠিল ৰাজেন গোঁহাই!

AJP ৰ সভাপতি লুৰীনজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আদৰণি জনায় ৰাজেন গোহাঁইক!

সংঘাতময় সময়ত তথা বিজেপিৰ বেয়া দিনত দলটোৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল ৰাজেন গোহাঁইয়ে!

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে সকলোৱে দৃষ্টি নিবদ্ধ আছে ৷ অধিকাংশ নিৰ্বাচনী সমীক্ষা এজেন্সীৰ প্ৰাক নিৰ্বাচনী…

ByByMahesh MalakarNov 14, 2025

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ

বিধায়ক হোৱাৰ দিশে আনন্দ মিশ্ৰ বিধায়ক হোৱাৰ সপোন পূৰণ হ’ব আনন্দ মিশ্ৰৰ! বক্সাৰ সমষ্টিত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।…

ByByMahesh MalakarNov 14, 2025

কাৰ হাতলৈ যাব বিহাৰৰ?

কাৰ হাতলৈ যাব বিহাৰৰ? আজি বিহাৰ নিৰ্বাচনৰ ভোটগণনা। ৮ বজাৰ পৰা বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভোটগণনা। আজি…

ByByMahesh MalakarNov 14, 2025
Scroll to Top