• Home
  • দেশ
  • বিজেপি ত্যাগ কৰিয়েই বিজেপিক চেলেঞ্জ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ
Image

বিজেপি ত্যাগ কৰিয়েই বিজেপিক চেলেঞ্জ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ

বিজেপি ত্যাগ কৰিয়েই বিজেপিক চেলেঞ্জ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিৰ

গেৰুৱা দলটোক প্ৰত্যাহ্বান জনাই বিজেপিৰ প্ৰাক্তন সভাপতিৰ ঘোষণা কৰিলে নতুন দল

বিজেপিৰ শক্তি, ক্ষমতালৈ কেৰেপ নকৰি বৃহৎ সিদ্ধান্ত

We The Leader নামেৰে ৰাজনৈতিক আন্দোলন আন্নামালাইৰ

আব্দুল কালামৰ আদৰ্শৰে আগবঢ়াৰ সিদ্ধান্ত তামিনাডুৰ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আন্নামালাইৰ

আন্নামালাইৰ সিদ্ধান্তই জোকাৰি হৈছে সমগ্ৰ দেশ

বিজেপি পদত্যাগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি সদায় শ্ৰদ্ধা থাকিব বুলি মন্তব্য

Releated Posts

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী

১ জুলাইত অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী সেই উপলক্ষে ২ জুলাইত অসমলৈ আহিব…

ByByMahesh Malakar Jun 7, 2026

ভাৰতীয় T-20 দলত স্থান লাভ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ

ভাৰতীয় T-20 দলত স্থান লাভ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দুয়োটা দলতে স্থান লাভ বৈভৱ…

ByByMahesh Malakar Jun 6, 2026

এলাগী হ’ল মমতা

এলাগী হ’ল মমতা শাসন হেৰুওৱাৰ পিছতেই আসনো হেৰুৱালে মমতা দিদীয়ে ৰাজনৈতিকভাৱে বংগত সম্পূৰ্ণৰূপে নিঃশেষ হ’বলৈ ওলাইছে মমতা শাসন…

ByByMahesh Malakar Jun 4, 2026

হিমন্ত মন্ত্ৰীসভাত কাৰ কাৰ নাম

হিমন্ত মন্ত্ৰীসভাত কাৰ কাৰ নাম কাইলৈ কোন কোন মন্ত্ৰীয়ে ল’ব শপত? প্ৰকাশ সম্ভাৱ্য তালিকা অশোক সিংহল, ৰণোজ পেগু,…

ByByMahesh Malakar Jun 4, 2026
Scroll to Top