• Home
  • অপৰাধনামা
  • বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্ৰদ্ধাঞ্জলি
Image

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্ৰদ্ধাঞ্জলি

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্ৰদ্ধাঞ্জলি

হাজাৰ হাজাৰ গুণমুগ্ধই শেষবাৰৰ বাবে জনাইছে শ্ৰদ্ধাঞ্জলি

পুষ্পসজ্জিত বাহনেৰে দীপক শৰ্মাৰ শেষযাত্ৰা।

বিয়লি ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব শিল্পীগৰাকীৰ।

মঙলবাৰে পুৱাই চেন্নাইৰ পৰা আহি পালেহি দীপক শৰ্মাৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন হ’ব দীপক শৰ্মাৰ শেষকৃত্য।

অম্বিকাগিৰি নগৰৰ সেউজ সংঘৰ বাকৰিত পুৱা ১০ বজাৰ পৰা ২ বজালৈ ৰখা হ’ব দীপক শৰ্মাৰ নশ্বৰ দেহ

Releated Posts

‘বাবৰি মছজিদ’ নিৰ্মাণৰ বাবে উঠিল কোটি কোটি টকা

‘বাবৰি মছজিদ’ নিৰ্মাণৰ বাবে উঠিল কোটি কোটি টকা বাবৰি মছজিদ নিৰ্মাণ বাবে বাকচে বাকচে গণিছে ধন হিয়া উজাৰি…

ByByMahesh MalakarDec 9, 2025

আজিৰে পৰা ২৬ সংখ্যক হর্ণবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ২৬ সংখ্যক হর্ণবিল মহোৎসৱ আৰম্ভ হৈছে। সমান্তৰালকৈ আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস। প্রতিষ্ঠা…

ByByMahesh MalakarDec 1, 2025

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা চাৰি বাংলাদেশী যুৱতীক গোলকগঞ্জত বিতাৰণ

ভাৰত- বাংলাদেশ সীমান্তৱৰ্তী গোলোকগঞ্জ সহ আন আন সীমান্তৰ সুৰক্ষাৰ দায়িত্ব থকা বিএছএফ দায়িত্বহীনতাৰ বাবে সীমান্তৰ সিপাৰৰ পৰা জাকে…

ByByMahesh MalakarNov 27, 2025

জুবিন গাৰ্গক এজনে হ*ত্যা কৰা হৈছিল

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত আলোচনা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনৰ…

ByByMahesh MalakarNov 25, 2025
Scroll to Top