- ৰন্ধন গেছক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
- সমগ্র দেশত বলৱৎ ECA
- উদ্যোগ খণ্ডলৈ ঘৰুৱা গেছ ৰ যোগান অতি সীমিত ৰখাৰ নির্দেশনা
- ব্যৱসায়িক প্রতিষ্ঠানলৈ ঘৰুৱা গেছ ৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান অতি সীমিত ৰখাৰ নির্দেশনা প্ৰদান
- চিলিণ্ডাৰ বুকিঙৰ সময় ২৫ দিনলৈ বৃদ্ধি কৰা হল।
- এটা চিলিণ্ডাৰ পোৱাৰ ২৫দিন পাছত কৰিব পাৰিব আনটো চিলিণ্ডাৰ বাবে বুকিং
- ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি নকৰিবলৈ কঠোৰ নিৰ্দেশ চৰকাৰৰ।চাহ উদ্যোগ, সাৰ কাৰখানাই লাভ কৰিব গেছৰ যোগান।নগৰীয়া গেছ বিতৰকে লাভ কৰিব ঘৰুৱা গেছ ।ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীক প্ৰথম অগ্ৰাধিকাৰ ৰিফাইনেৰী, বিদ্যুৎ খণ্ডৰ পৰা গেছৰ যোগান কর্তন ।

সমগ্র দেশত ECA বলৱৎ ,ৰন্ধন গেছক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Releated Posts
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…
হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাই
হিন্দুত্বক প্ৰতিষ্ঠা কৰাৰ নামত চৰম সীমা অতিক্ৰম কৰিলে বিজেপি নেতাই হিন্দুত্বক প্ৰতিষ্ঠা নে হিন্দুৰ বদনাম কৰিছে একাংশ হিন্দুত্ববাদীয়ে?…















