• Home
  • দেশ
  •  সমগ্র দেশত ECA বলৱৎ ,ৰন্ধন গেছক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Image

 সমগ্র দেশত ECA বলৱৎ ,ৰন্ধন গেছক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

  • ৰন্ধন গেছক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত 
  • সমগ্র দেশত বলৱৎ ECA
  • উদ্যোগ খণ্ডলৈ ঘৰুৱা গেছ ৰ যোগান অতি সীমিত ৰখাৰ নির্দেশনা
  • ব্যৱসায়িক প্রতিষ্ঠানলৈ ঘৰুৱা গেছ ৰ লগতে বাণিজ্যিক চিলিণ্ডাৰৰ যোগান অতি সীমিত ৰখাৰ নির্দেশনা প্ৰদান
  • চিলিণ্ডাৰ বুকিঙৰ সময় ২৫ দিনলৈ বৃদ্ধি কৰা হল।
  • এটা চিলিণ্ডাৰ পোৱাৰ ২৫দিন পাছত কৰিব পাৰিব  আনটো চিলিণ্ডাৰ বাবে বুকিং
  • ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি নকৰিবলৈ কঠোৰ নিৰ্দেশ  চৰকাৰৰ।চাহ উদ্যোগ, সাৰ কাৰখানাই লাভ কৰিব গেছৰ যোগান।নগৰীয়া গেছ বিতৰকে লাভ কৰিব ঘৰুৱা গেছ ।ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰীক প্ৰথম অগ্ৰাধিকাৰ ৰিফাইনেৰী, বিদ্যুৎ খণ্ডৰ পৰা গেছৰ যোগান কর্তন ।

Releated Posts

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

পশ্চিম বংগত আৰম্ভ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১৪২টা সমষ্টিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ লগে লগে…

ByByMahesh Malakar Apr 29, 2026

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ

বিজেপিত যোগদান কৰিয়েই বিস্ফোৰণ ৰাঘৱ চাদ্দাৰ ‘অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ’ ‘মই এজন ভাল মানুহ ভুল দলত আছিলো’ ‘নিজৰ…

ByByMahesh Malakar Apr 27, 2026

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই শীঘ্ৰেই গেৰুৱাবসণ পিন্ধিবলৈ সাজু ৰাঘৱ চাদ্দা দিল্লীৰ ৰাজনীতিত মহাবিস্ফোৰণ সংবাদমেল পাতি আনুষ্ঠানিক ঘোষণা…

ByByMahesh Malakar Apr 24, 2026

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ?

পশ্চিমবংগ আৰু তামিলনাডুত এইবাৰ কোনে গঠন কৰিব চৰকাৰ? আজি পশ্চিমবংগ আৰু তামিলনাডুত হাইভল্টেজবিধানসভা নিৰ্বাচন কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগ্ৰহণ…

ByByMahesh Malakar Apr 23, 2026
Scroll to Top