• Home
  • অসম
  • দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শর্মাৰ
Image

দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শর্মাৰ

ঐতিহাসিক ক্ষণ!

দ্বিতীয়বাৰ বাবে মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শর্মাৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাই শপত বাক্য

অসমীয়াতে শপত বাক্য পাঠ কৰিলে ডঃ হিমন্ত বিশ্ব শর্মাই

একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত লোৱা প্ৰথম অ-কংগ্ৰেছী নেতা ডঃ হিমন্ত বিশ্ব শর্মা

হিমন্ত বিশ্ব শৰ্মাৰ লগত শপত বাক্য পাঠ ৪ গৰাকী বিজেপি বিধায়ক

মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অজন্তা নেওগ, চৰণ বড়ো,

অতুল বৰা, আৰু ৰামেশ্বৰ তেলীয়ে

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top