Image

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্য়ু

ইৰাণত ৪০ দিনৰ শোক ঘোষণা, যুদ্ধত শিক্ষাৰ্থীসহ ২০০ৰো অধিক মৃত্য়ু ।জৰাইল আৰু আমেৰিকাই চলোৱা এক বৃহৎ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হয় ।তিমধ্য়ে ইৰাণে মধ্য়প্ৰাচ্য়ত থকা একাধিক আমেৰিকাৰ সামৰিক ঘাটিৰ ওপৰত আক্ৰমণ অব্য়াহত ৰাখিছে ৷

আনহাতে, শনিবাৰে শেষ নিশা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খামেইনেইৰ মৃত্য়ুৰ কথা ঘোষণা কৰিছিল ৷ তেওঁ কয় যে এই আক্ৰমণে ইৰাণীসকলক নিজৰ দেশক “উভতাই লোৱা”ৰ “সৰ্বাধিক সুযোগ” প্ৰদান কৰিছে যদিও ইয়াৰ ফলত ইছলামিক ৰিপাব্লিকৰ ভৱিষ্যতৰ ওপৰতো সন্দেহৰ সৃষ্টি হৈছে আৰু অঞ্চলটোত অস্থিৰতাৰ আশংকাও বৃদ্ধি পাইছে ৷ছ’চিয়েল মিডিয়াত ট্ৰাম্পে কয়, “ইতিহাসৰ অন্যতম দুষ্ট মানুহ খামেনেইৰ মৃত্যু হৈছে ৷ তেওঁ দেশখনৰ পাৰমাণৱিক ক্ষমতা নিৰ্মূলৰ বাবে আমেৰিকাই প্ৰয়োজনীয় বুলি অভিহিত কৰা মাৰাত্মক আক্ৰমণৰ অংশ হিচাপে “গধুৰ আৰু নিখুঁত বোমা বিস্ফোৰণ”ৰ বিষয়ে সকীয়াই দিয়ে ৷”য়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত ইৰাণে ৪০ দিন ৰাজহুৱা শোক পালন কৰিছে । মৃত্যুৰ পিছৰ ৪০ ​তম দিনা (আৰবাইন) ছিয়া ইছলামত অতি আধ্যাত্মিক তাৎপৰ্য বহন কৰে।

Releated Posts

মৃতদেহৰ গোন্ধত দূষিত হৈ পৰিছে পৰিস্থিতি

একেলগে সন্ধানহীন হৈছে ৫০,০০০কৈ লোক ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ অৱস্থা মৃতদেহৰ গোন্ধত দূষিত হৈ পৰিছে পৰিস্থিতি সম্পূৰ্ণৰূপে…

ByByMahesh Malakar Jun 30, 2026

ধ্বংস হ’বলৈ ওলাইছে নেকি পৃথিৱী

ধ্বংস হ’বলৈ ওলাইছে নেকি পৃথিৱী বাৰে বাৰে কপি উঠিছে ধৰণী ইখনৰ পিছত সিখনলৈ দেশত। প্ৰকৃতিৰ ৰুষ্ঠ ৰূপ আফগানিস্তান,…

ByByMahesh Malakar Jun 28, 2026

ইটোৰ পিছত সিটোকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ভেনিজুৱেলা

ইটোৰ পিছত সিটোকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ভেনিজুৱেলা ধ্বংসস্তুপত পৰিণত হৈছে ভেনিজুৱেলা দুটাকৈ বৰ ভূঁইকপৰ দুদিন পিছতেই…

ByByMahesh Malakar Jun 27, 2026

ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা

ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা ভেনিজুৱেলাত মৃ*ত্যুৰ কিৰিলি ২টাকৈ ভয়ংকৰ ভূমিকম্পত ১০হাজাৰৰো অধিক লোকৰ মৃ*ত্যুৰ আশংকা সমগ্ৰ ভেনিজুৱেলাত…

ByByMahesh Malakar Jun 25, 2026
Scroll to Top