• Home
  • স্বাস্থ্য
  • বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দে*হা*ৱ*সা*ন
Image

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দে*হা*ৱ*সা*ন

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী দেশনেত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান।

দীৰ্ঘদিনে অসুস্থতাৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ খালেদা জিয়াৰ।

৮০ বছৰ বয়সত আজি পুৱা ৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে নেতৃগৰাকীয়ে।

পুৱা ৬:০০ বজাত ফজৰৰ নামাজৰ কিছু সময়ৰ পাছতে মৃত্যু হয় নেত্ৰীগৰাকীৰ

Releated Posts

গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়

গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয় গৌৰৱ গগৈক ক্লীনশ্বিট দিলে পাকিস্তানী মিডিয়াই গৌৰৱ গগৈও পাকিস্তানী এজেণ্ট নহয় পাকিস্তানৰ সংবাদ…

ByByMahesh Malakar Mar 30, 2026

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম

১৬ বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক, ইনষ্টাগ্ৰাম কম বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত সামাজিক…

ByByMahesh Malakar Mar 12, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ

হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে ছোনিয়া গান্ধীৰ। মঙলবাৰে পুৱা দিল্লীৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰীগৰাকীক। চিকিৎসালয়খনত…

ByByMahesh Malakar Jan 6, 2026
Scroll to Top