• Home
  • অসম
  • অসমত ব্লেকলিষ্টেড বিতৰ্কিত শ্যামকানু মহন্তক

অসমত ব্লেকলিষ্টেড বিতৰ্কিত শ্যামকানু মহন্তক

অসমত ব্লেকলিষ্টেড কৰা হ’ল বিতৰ্কিত শ্যামকানু মহন্তক। শ্যামকানু মহন্তৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সকলো অনুষ্ঠান অসমত বন্ধ ঘোষণা অসম চৰকাৰৰ। ৰাজ্য চৰকাৰে কোনো অনুদান নিদিয়ে, কেন্দ্ৰীয় চৰকাৰকো নিদিবলৈ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয়, ‘ৰাজ্য চৰকাৰে শ্ৰীশ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পৰ্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও শ্ৰী মহন্তৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনো ধৰণৰ আৰ্থিক সাহায্য বা পৃষ্ঠপোষকতা প্ৰদান নকৰিবলৈ ভাৰত চৰকাৰকো অনুৰোধ জনাব।’

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top