গুৱাহাটীৰ কৃত্ৰিম বানক লৈ কঠোৰ মুখ্য সচিব ড০ ৰবি কোটা
মালিগাঁও ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা
মুখ্য সচিব ড০ ৰবি কোটাৰ নেতৃত্বত পৰ্যালোচনা সভা
শীঘ্ৰেই নলা পৰিস্কাৰ কৰিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ
IMD, ASDMA, DDMAক সষ্টম হৈ থাকিবলৈ কঠোৰ নিৰ্দেশনা
২৪ ঘণ্টাই অনিল নগৰ, নবীন নগৰ, ৰুক্মিণীগাঁৱত নজৰ ৰখাৰ নিৰ্দেশ













