‘মিঞাৰ কামিহাড় ভাঙিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে”
এইবাৰ অসমবাসীয়ে কামিহাড় সমান কৰিব বিজেপিৰ’
মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰকিবুল হুছেইনে
হিমন্ত বিশ্ব শৰ্মাৰ কথা বিষম
এই কথা গম পাই হিমন্ত বিশ্ব শৰ্মাই
AIUDFক ১০৮ সেৱা হিচাপে গ্ৰহণ কৰিছে বিজেপিয়ে
এইবাৰৰ নিৰ্বাচনে আমাৰ জীৱনৰ ভৱিষ্যত নিৰূপণ কৰিব
আমাৰ ল’ৰা ছোৱালীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব
যুঁজ এখন হ’ব আমি যুঁজিম আৰু আমি জিকিম
বিস্ফোৰণ ৰকিবুল হুছেইনৰ













