ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।

ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ সংস্থাৰ সংবাদ মেল সম্বোধন।পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ঘটনাৰ মূল কোন দিশে লয়। দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ … Read more

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান। মৰিগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইটোৰ পিছত সিটোকৈ চুৰি কাৰ্যৰ ঘটনা। কিছু দিনৰে পৰা চহৰখনৰ নামঘৰ, মণিকূট, মন্দিৰ, গৃহস্থৰ গোঁসাই ঘৰ ইত্যাদিত চোৰে চলাই আহিছে চাফাই অভিযান। নিশা মৰিগাঁৱৰ ফুলবাৰীস্থিত এটি পৰিয়ালৰ গোঁসাই ঘৰৰ পৰা চোৰে নিলে ভগৱানৰ শালগ্ৰাম মূৰ্তি দুটা, পিতলৰ … Read more

টশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ।

হাটশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ। স্থানীয় ৰাইজে নদীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি সুখচৰ থানাৰ আৰক্ষীক খবৰ দিয়ে। হাটশিঙিমাৰী জিলা আৰক্ষীৰ সহযোগত সুখচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃ*ত*দে*হ*টো উদ্ধাৰ কৰে। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।

খৰগোস আৰু কাছৰ কাহিনী

খৰগোস আৰু কাছ

এদিন, এখন গভীৰ জংঘলত প্ৰাণীবিলাকে অলপ আনন্দ আৰু উত্তেজনাৰ প্ৰয়োজন অনুভৱ কৰিলে। সেয়ে, সিহঁতে এটা প্ৰতিযোগিতাৰ আয়োজন কৰিলে, য’ত খৰগোস আৰু কাছৰ মাজত এক বিশেষ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। খৰগোসটোৱে নিজৰ দীঘল দীঘল ঠেং আৰু সোনকসোনে দৌৰিবলৈ সক্ষমতাৰ ওপৰত গৰ্ব কৰি কাছটোক হাঁহি ক’লে, “তই ইমান লাহে লাহে খোজ কাঢ়, মই তোক সহজে হৰুৱাই দিম।” … Read more

সিংহ আৰু এন্দুৰৰ বন্ধুত্ব !

Lion_mouse_story

এদিনা এখন জংঘলত এজন পৰাক্ৰমী সিংহ টোপনি গৈ আছিল। এনেতে এটা সৰু এন্দুৰ তাৰ ভৰিৰ ওপৰেদি দৌৰি গ’ল। সিংহটো সাৰ পাই এন্দুৰটোক ধৰি ধৰি খাবলৈ ওলাল। এন্দুৰটোৱে কাকুতি কৰিলে, “অনুগ্ৰহ কৰি মোক এৰি দিয়ক, এদিন মই আপোনাৰ এই দয়াৰ প্ৰতিদান দিম।” সিংহটোৱে হাঁহি এৰি দিলে, কিয়নো সি ভাবিলে যে এটা সৰু এন্দুৰে কেনেকৈ তাক সহায় … Read more