সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে বঙাইগাঁৱৰ নগৰঝাৰলৈ আনিছে আনন্দৰ বন্যা….

সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে এখন গাওঁলৈ। বঙাইগাঁও জিলাৰ নগৰঝাৰৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক খোৱাজ উদ্দিন মণ্ডলৰ সুযোগ্য সন্তান মাছুম ইকবাল মণ্ডলে এইবেলি মেট্ৰিক পৰীক্ষাত বৰপেটা স্থিত পিনাক্কেল একাডেমীৰ পৰা ৯০.৫ % নম্বৰ লাভ কৰি বিদ্যালয় খনৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে।তদুপলক্ষে মঙ্গলবাৰে বিয়লি বিজনী জিলা সমিতি আমছুৰ সাধাৰণ … Read more

চি বি এছ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাত মাৰ্ঘেৰিটাৰ মনালিছা দত্তৰ কৃতিত্ব….

মাৰ্ঘেৰিটাৰ কালিবাড়ী নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্ত সুযোগ্য কন্যা মনালিছা দত্তই সদ্য ঘোষিত চি বি এছ ই ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৮ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়। তেওঁ অংক আৰু কম্পিউটাৰ বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত মনালিছা দত্তই অতি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই … Read more

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত লামডিং কংগ্ৰেছ দলত খহনীয়া…

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ জোৱাৰ উঠিছে কংগ্ৰেছ নেতা কৰ্মীৰ।আগন্তোক পঞ্চায়ত নিৰ্বাচন ২০২৫।।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণতেই হোজাই জিলাৰ লামডিংত কংগ্ৰেছত আৰম্ভ হৈছে বৃহৎ খহনীয়াৰ।। হয়,আজি বিয়লি লংকাৰ নিখুটীত কংগ্ৰেছৰ শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰে| লংকাৰ বিজেপি কাকী মণ্ডলৰ সভাপতি বিনয় কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এখনি সভাত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি … Read more

মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি…

মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উ*ত্ত*প্ত পৰিস্থিতি।মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ।মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ কৰে । মুছলিম বিৰুদ্ধী আইন কোনো পদ্য গ্ৰহণ যোগ্য নহয় । ৱাকফক আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰন কৰিব বিছাৰিছে বুলি অভিযোগ কৰে মুছলিম … Read more

মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি…

মৈৰাবাৰীৰ ৰাজপথত ৱাকফ ব’ৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি।মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ।মৈৰাবাৰীত ৱাকফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা,মিঞা অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ,আমছুৰ প্ৰতিবাদ কৰে ।মুছলিম বিৰুদ্ধী আইন কোনো পদ্য গ্ৰহণ যোগ্য নহয় । ৱাকফক আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰন কৰিব বিছাৰিছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ … Read more

বানৰ কৱলত অসমত মৃতকৰ সংখ্যা ৯০লৈ বৃদ্ধি; এতিয়াও ক্ষতিগ্ৰস্ত ১২লক্ষাধিক লোক

অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াৱহ। এতিয়াও ১২ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। পানীৰ তলত হাজাৰ হাজাৰ গাঁও। শুকুৰবাৰে ৰাজ্যত বানপানীৰ ফলত আৰু ৭ জন লোকৰ মৃত্যু হয়। অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ লৈ বৃদ্ধি পাইছে৷ ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও কেইবাঠাইতো বিপদসীমাৰ ওপৰেৰে বৈ আছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। … Read more