অসম
অতুল দা বিজেপিত আছে আৰু থাকিব :মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
দিছপুৰ সমষ্টিৰ টিকটৰ পৰা বঞ্চিত অতুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মুখ্যমন্ত্ৰীগৰাকীয়ে…
মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বিশাল ৰেলীৰে মনোনয়ন দাখিলৰ দিশে আগবাঢ়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।মাতৃৰ আশিস লৈ সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী…
অসম গণ পৰিষদৰ ২৬জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা
বোকাখাত সমষ্টিৰ প্ৰাৰ্থী অতুল বৰাকলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থী কেৱশ মহন্তবঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীবৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপক কুমাৰ দাসটিয়ক…
জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত
জুবিন গাৰ্গৰ ন্যায় বাবে গঠন হ’ল ফাষ্টট্ৰেক আদালত বাক্সা জিলাৰ ন্যায়ধীশ শ্বৰ্মিলা ভূঞা নেতৃত্বত হ’ব ফাষ্টট্ৰেক প্ৰতিদিনেই চলিব…























