• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উদ্ভণ্ডালি কৰা ৬ যুৱক-যুৱতীক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উদ্ভণ্ডালি কৰা ৬ যুৱক-যুৱতীক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্ৰত উদ্ভণ্ডালি কৰা ৬ যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

সুৰাৰ ৰাগীত মাতাল হৈ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উদ্ভণ্ডালি কৰা ৬গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ।

নিশা পকী বেৰ নিৰ্মাণ কৰি থকা অৱস্থাত কাম বন্ধ কৰি সৃষ্টি কৰিছিল উদ্ভণ্ডালি যুৱক-যুৱতীকেইগৰাকীয়ে।

সুৰা সেৱন কৰি নিজকে জুবিনৰ অনুৰাগী হিচাপে পৰিচয় দিছিল দুৰ্বৃত্তকেইটাই।

ইতিমধ্যে এই অভিযোগৰ ভিত্তিত সোণাপুৰ আৰক্ষীয়ে সোধপোচ অব্যাহত ৰখাৰ লগতে এই সমস্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Releated Posts

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ সম্পূৰ্ণ হ’ল ৪ টা মাহ আজি পৰ্যন্ত ন্যায় পোৱা নাই প্ৰাণৰ শিল্পী…

ByByMahesh Malakar Jan 19, 2026

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন নিৰ্বাচনৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব…

ByByMahesh Malakar Jan 18, 2026

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা অনিৰ্দিষ্টকাললৈ প্ৰযোজ্য হ’ব কঠোৰ নিয়ম ধুবুৰী জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা কোনেও…

ByByMahesh Malakar Jan 18, 2026
Scroll to Top