ডিগবৈত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না*ত তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘৰ্ষ দু*ৰ্ঘ*ট*না*টো সং*ঘ*টি*ত হয়….

দু*ৰ্ঘ*ট*না*ত আ*হত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা ।AS-23-W- 3348 আৰু AS-23-Z- 4803 নম্বৰৰ তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘ*ৰ্ষ দু*ৰ্ঘ*টনা*টো সং*ঘ*টিত হয়।ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ১নং গোলাই অঞ্চলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা এক পথ দুৰ্ঘটনাত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা নামৰ গুৰুত্বভাৱে আহত হৈ সম্প্ৰতি মাকুমস্থিত তিনিচুকীয়া জিলা চিকিৎসালয়ত চিকিৎসাধীন … Read more

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বিদ্যুতপৃষ্ঠ হৈ এজনৰ মৃ*ত্যু…

কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত বি*দ্যু*ত*পৃ*ষ্ঠ হৈ এজনৰ মৃ*ত্যু।উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত নতুন বজাৰত সং*ঘ*টি*ত হয় এই কাণ্ড।AS 01 JC 1837 নম্বৰৰ ট্ৰাক খনত চাউলৰ লোড কৰি তিৰপাল বান্ধি থকাৰ সময়ত ১১ হাজাৰ ভল্ট বিদ্যুৎ তাঁৰত লাগি মৃ*ত্যু হয় সজ্ঞয় নাথ নামৰ গাড়ীৰ গৰাকী তথা চালকজন ।সজ্ঞয় নাথৰ ঘৰ লংকাৰ ভালুকমাৰী বুলি জানিব পৰা … Read more

কলিয়াবৰৰ উলুৱনী চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা…

কলিয়াবৰৰ উলুৱনী চাৰিআলিত নিশা ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না। চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি খাৱৈত সোমাল যাত্ৰীবাহী নৈশ বাছ। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি আছিল AS07 BC 9727 নম্বৰৰ প্ৰাণজিৎ ট্ৰেভেলছ নামৰ নৈশ বাছখন। একে দিশত আহি থকা AS01 NB 0300 নম্বৰৰ চাৰিচকীয়া বিলাসী বাহনত খুন্দা মাৰি ঘাইপথৰ কাষৰ খাৱৈত সোমাই যায় বাছখন। চাৰিচকীয়া বাহনখনৰ লগতে দুখন দোকানৰ … Read more

মাৰ্ঘেৰিটা চেগুনবাৰী তিনিআলিত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না..

মাৰ্ঘেৰিটাৰ নগৰৰ মাজমজিয়াস্থিত চেগুনবাৰী তিনিআলিত Maruti Suzuki lgnis আৰু অট’ বাহনৰ মাজত সং*ঘ*টি*ত হয় দূ*ৰ্ঘ*ট*না*টো।দু*ৰ্ঘ*ট*না*টো*ত অট’ বাহনত থকা ৮ গৰাকী যাত্ৰী কম-বেচি পৰিমাণে আহত হয়।আ*হ*ত সকলক ততাতৈয়াকৈ মাৰ্ঘেৰিটা এফ আৰ ইউ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি AS-06 -AA- 0568 নম্বৰৰ মাৰুতি Suzuki Ignis বাহনখনে বিপৰীত দিশৰ পৰা আহি থকা অট’খনত ভুল দিশত গৈ … Read more

উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃ*ত্যু হাতীটো

জাগীৰোডৰ নেলী বেলতলাত বন্যহস্তীৰ মৃ*ত্যু| জাগীৰোডৰ নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুন মৃ*ত্যু ৷ পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃ*ত্যু বন্যহস্তীটোৰ ৷ বিপদ সং*কু*ল*ভা*ৱে উ*ল*মি থকাৰ ফলত সং*ঘ*টি*ত হয় অঘটনটো ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ মৃ*ত্যু মতা হাতীটোৰ ৷ স্থানীয় ৰাইজে বাৰাম্বাৰ বিদ্যুত বিভাগক অৱগত কৰাৰ পিছটো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ … Read more

শৰাইঘাট দলংত ভয়ংকৰ পথ দুৰ্ঘটনা|থিতাতে নিহত এজন…

শৰাইঘাট দলংত ভয়ংকৰ পথ দুৰ্ঘটনা|থিতাতে নিহত এজন|জালুকবাৰীৰ পৰা চাইকেল চলাই আমিনগাঁও অভিমুখে গৈ আছিল লোকজন| মৃত লোক জন Security ৰূপে কৰ্মৰত আছিল।জালুকবাৰী যান বাহন আৰক্ষীয়ে আটক কৰে ডাম্পাৰ চালক জনক।ডাম্পাৰ চালক জনৰ নাম জামাল আলী ঘৰকামৰূপৰ নগৰবেৰাত।জানিব পৰা মতে দাম্পাৰ ছালক জনৰ Licence নোহোৱাকৈ দাম্পাৰ চলাই আহিছিল।মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী পথৰ কেটেতঙত সংঘটিত হয় এই পথ দুৰ্ঘটনা…

কেটেটঙত চুপাৰ কেৰি বাহনৰ পথ দুৰ্ঘটনা।মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী পথৰ কেটেতঙত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।দ্ৰুতবেগী চুপাৰ কেৰী বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুত খুটাত খুণ্ডা মাৰি দ’ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে AS-23-DC 3682 নম্বৰৰ চুপাৰ কেৰী বাহনখনৰ চালকজন।

ৰঙিয়াৰ বটাকুছিত পথ দুৰ্ঘটনা, নিহত এজন।

ৰঙিয়াৰ বটাকুছিত পথ দুৰ্ঘটনা, নিহত এজন। ৰঙিয়াৰ বটাকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা। পথৰ পৰা দ খাৱৈত বাগৰিল এখন ট্ৰেক্টৰ। খাৱৈত বাগৰি পৰাৰ পাছতে গাড়ীৰ তলত সোমাই পৰে চালকগৰাকী। চালক জন থিতাতে নিহত হোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে। নিহত হোৱা চালক জন বিজনীৰ মাজিদুল আলী বুলি চিনাক্ত প্ৰত্যক্ষ দৰ্শীৰ।

টশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ।

হাটশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ। স্থানীয় ৰাইজে নদীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি সুখচৰ থানাৰ আৰক্ষীক খবৰ দিয়ে। হাটশিঙিমাৰী জিলা আৰক্ষীৰ সহযোগত সুখচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃ*ত*দে*হ*টো উদ্ধাৰ কৰে। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।

কামপুৰ ৰে’ল ষ্টেচনত অঘটন

ৰে’লত উঠিব খুজোঁতেই পিছলি পৰিল এজন যুৱক পিছলি পৰাৰ ফলত ৰে’লৰ চকাই ভৰি কাটিলে যুৱকজনৰ যুৱক জন যমুনামুখৰ জালাল উদ্দীন বুলি চিনাক্ত সম্প্রতি উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ যুৱকজনক উজনিমুৱা ৰঙিয়া এক্সপ্রেছত যমুনা মুখলৈ বুলি উঠোঁতেই এই ঘটনা