• Home
  • অসম
  • বিশ্বনাথৰ জাপৰিগুৰি বুঢ়ীগাং নৈত মৃতদেহ উদ্ধাৰ
Image

বিশ্বনাথৰ জাপৰিগুৰি বুঢ়ীগাং নৈত মৃতদেহ উদ্ধাৰ

বিশ্বনাথৰ জাপৰিগুৰি বুঢ়ীগাং নৈৰ পানী যুৱলীত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃতদেহটো দক্ষিণ মৰলগাঁৱৰ দুগ্ধ দাস ওৰফে ভাই (৬০) বুলি জানিব পৰা গৈছে।

জানিব পৰা অনুসৰি, আজি পুৱা এজন স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। তাৰ পিছত স্থানীয় লোকে বিশ্বনাথ আৰক্ষীক খবৰ কৰাত বিশ্বনাথ ঘাট নদী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

ইতিমধ্যে পৰিয়ালৰ লোকে এই ঘটনা সম্পৰ্কত উমান পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে।

ইফালে, আৰক্ষীয়ে পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ দিহা কৰিছে।

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top