• Home
  • ক্ৰীড়া
  • অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ
Image

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে

এটাৰ পিছত আন এটা ৰেকৰ্ড ভঙা বৈভৱৰ ওপৰত দৃষ্টি নিৱদ্ধ থাকিল বিশ্ববাসীৰ

শুক্ৰবাৰে অনুষ্ঠিত হোৱা গুজৰাট টাইটনচৰ বিৰুদ্ধে ৯৭ ৰাণ কৰিও নিজ দল ৰাজস্থান ৰয়েলছক জিকাব নোৱাৰিলে BABY BOSSয়ে

২০২৬ বৰ্ষৰ IPLৰ জয়ৰ সোৱাদ নাপালে বৈভৱে

পৰাজয় কৰিয়েই কান্দি উঠিল বৈভৱ সূৰ্যবংশী

ৰাজস্থান ৰয়েলছক হৰুৱাই ফাইনেলত উপনীত হল গিল বাহিনী

কিন্তু ৬৮০ ৰানেৰে তালিকাৰ শীৰ্ষত থাকিল বৈভৱ

Releated Posts

ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ ‍বিৰুদ্ধে মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?

মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে? ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ ‍বিৰুদ্ধে কি হ’ব এক্সন? মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা…

ByByMahesh Malakar Jun 26, 2026

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন

বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…

ByByMahesh Malakar Jun 22, 2026

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…

ByByMahesh Malakar Jun 18, 2026

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব

দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…

ByByMahesh Malakar Jun 18, 2026
Scroll to Top