ছ’চিয়েল মিডিয়াৰ পাছত ৰাজপথত ক’কৰোচ জনতা পাৰ্টি
ক’কৰোচ জনতা পাৰ্টিৰ তীব্ৰ প্ৰতিবাদৰ কপি উঠিল ৰাজধানী দিল্লী
নীট কেলেংকাৰী,শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ক’কৰোচ পাৰ্টিৰ
যুৱ প্ৰজন্মৰ প্ৰতিবাদত কপিল সমগ্ৰ যন্তৰ-মন্তৰ
হাজাৰ হাজাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিবাদত কৰিছে অংশগ্ৰহণ
দিল্লীৰ যন্তৰ মন্তৰত বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা
প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী গৃহমন্ত্ৰীৰ বাসগৃহতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা













