• Home
  • দেশ
  • ৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট
Image

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

৫ দিনৰ অন্তত খুলি দিয়া হ’ল লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট

দিল্লী মেট্ৰ’ ৰে’ল নিগমে দেওবাৰে ঘোষণা কৰিছে যে লালকিল্লা মেট্ৰ’ ষ্টেচনৰ আটাইকেইখন গেট যাত্ৰীৰ বাবে মুকলি কৰা হৈছে । ১০ নৱেম্বৰত ষ্টেচনৰ সমীপতে হোৱা বিস্ফোৰণৰ ফলত ষ্টেচনটোত প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছিল । নিৰাপত্তাজনিত কাৰণত ষ্টেচনটোৰ গেট বন্ধ কৰি ৰখা হৈছিল । অৱশ্যে মেট্ৰ’ নেটৱৰ্কৰ বাকী অংশ কোনো বিঘিনি নোহোৱাকৈয়ে চলি আছিল । শনিবাৰে ডি এম আৰ চিয়ে প্ৰথমে দুখন গেট খুলি দিছিল ।

লালকিল্লা মেট্ৰ’ ষ্টেচনৰ গেট নং ১ৰ ওচৰৰ নেতাজী সুভাষ মাৰ্গৰ ট্ৰেফিক চিগনেলৰ ওচৰতে বগা ৰঙৰ বাহনখনত বিস্ফোৰণ হৈছিল । বিস্ফোৰণটোত প্ৰায় ১২ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছিল ।

Releated Posts

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ

অসম কংগ্ৰেছৰ পৰাজয়ৰ পাছতেই জিতেন্দ্ৰ সিঙৰ পদত্যাগ কংগ্ৰেছৰ ফলাফলত হতাশ হৈ পদত্যাগ কৰিলে অসম কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিঙে…

ByByMahesh Malakar May 5, 2026

ভোট গণনাৰ প্ৰাক্ক্ষণত ষ্ট্ৰং ৰুমত ভয়ংকৰ ঘটনা

ভোট গণনাৰ প্ৰাক্ক্ষণত ষ্ট্ৰং ৰুমত ভয়ংকৰ ঘটনা ষ্ট্ৰং ৰুমৰ চৌহদত অচিনাকী যুৱকে প্ৰৱেশ কৰাৰ অভিযোগ ID কাৰ্ড অবিহনে…

ByByMahesh Malakar May 3, 2026

দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯গৰাকী লোকৰ এটা ৪মহলীয়া অট্টালিকাত সংঘটিত হৈছিল…

ByByMahesh Malakar May 3, 2026

বিদ্যুৎ বিভাগৰ ওপৰত অগ্নিশৰ্মা জনতা

বিদ্যুৎ বিভাগৰ ওপৰত অগ্নিশৰ্মা জনতা শ শ লোকে দলিয়াই উভতালে স্মাৰ্ট মিটাৰ দ’মে দ’মে স্মাৰ্টমিটাৰ দলিয়াই ঘেৰাও বিদ্যুৎ…

ByByMahesh Malakar May 2, 2026
Scroll to Top