• Home
  • অসম
  • এটা ফোন কল, ডিগবৈত এটা ডাঙৰ সাঁপ আৰু এজন প্ৰকৃতিপ্ৰেমী
Image

এটা ফোন কল, ডিগবৈত এটা ডাঙৰ সাঁপ আৰু এজন প্ৰকৃতিপ্ৰেমী

‘ঘৰৰ ভিতৰত এটা ডাঙৰ সাপ ওলাইছে।’ দৈনিক একাধিক ফোন কল আহে প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠন উৱাইল্ড কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্ম-কৰ্তা ফাৰুক আলীলৈ।

ডিগবৈৰ পৰিচিত এটা নাম ফাৰুক আলী। এ অ’ ডিৰ আৱাসিক অঞ্চল কালিবাৰীৰ বাসিন্দা সুশান্ত কুমাৰ পালে ঘৰৰ ভিতৰত এটা ডাঙৰ সাঁপ প্ৰত্যক্ষ কৰি ফোন কৰা কিছু মুহূৰ্তত উপস্থিত হ’লগৈ ফাৰুক আলী।

পাঁচ মিনিটৰ ভিতৰতে ডাঙৰ কলা মোচোৰা সাঁপটো আঘাত নোপোৱাকৈ আলীয়ে অতি কৌশলেৰে উদ্ধাৰ কৰি পালৰ ঘৰৰ নাতিদূৰৈত বিনন্দ কোঁৱৰৰ সহযোগত সাঁপটো মুকলি কৰি দি সকাহ দিলে ভয়ত আতংকৃত হোৱা পৰিয়ালটোক।

Releated Posts

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026

সাৱধান ৰাজ্যবাসী

সাৱধান ৰাজ্যবাসী ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ কৱলত পৰি থকাৰ সময়তে মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ-বৰষুণৰ তাণ্ডৱ…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top