মুছলমান শিক্ষকক প্ৰহাৰ বিজেপি নেতাৰ
বিদ্যালয়ত উৰ্দু পঢ়োৱাৰ বাবেই প্ৰহাৰ মুছলমান শিক্ষকক
ভয়ংকৰ ঘটনাই জোকাৰি গৈছে দেশ
তেলেংগানা নিজামাবাদৰ ভাৰত চন্দ্ৰ বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা
বিজেপি নেতাই মুছলমান শিক্ষকক প্ৰহাৰ কৰা ভিডিঅ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত
দোষীক শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ














