হঠাৎ বাজি উঠিল চাইৰেন
দিনৰ ১ বাজি ১১ মিনিটত ম’বাইল ফোনত আহিল এলাৰ্ট
একেলগে সকলোৰে ম’বাইলত বাজি উঠিল emergency এলাৰ্ট
আগন্তুক ১-৩ ঘণ্টাৰ ভিতৰত পৰস্থিতি হব ভয়াৱহ
আগন্তুক ১-৩ ঘণ্টাত কামৰূপ মহানগৰ জিলাৰ কিছুমান পৃথক পৃথক ঠাইত বিজুলী-ধেৰেকণি আৰু ধুমুহা বতাহৰ
লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা
সাৱধান সতৰ্ক হওক আপুনিও












