• Home
  • অসম
  • পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা
Image

পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা

পুৱাই মহানগৰীত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা

থিতাতে প্ৰাণ হেৰুৱালে ৩ গৰাকীকৈ যুৱতীয়ে

ট্ৰাকৰ প্ৰচণ্ড খুন্দাত শেষ ৩ টাকৈ জীৱন

মঠঘৰিয়াৰ গেট হাস্পতালৰ সমীপতে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো

দুৰ্ঘটনাত প্ৰাণ হেৰুৱা ৩ গৰাকীৰ দুগৰাকীৰ পৰিচয় উদ্ধাৰ

নিহত পূজা সাহা গোৱালপাৰাৰ

আৰু আকাংক্ষা শইকীয়া সোণাৰিৰ সাপেখাতীৰ বুলি জানিব পৰা গৈছে

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ আজিৰ দিনটোতেই…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top