• Home
  • অসম
  • বিশ্বনাথৰ বিশাল জনসভাত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ
Image

বিশ্বনাথৰ বিশাল জনসভাত ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

  • বিশ্বনাথৰ সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
  • সভাত আদৰণী ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে।
  • সভাত ভোটাৰ ৰাইজক উদ্দেশ্যি ৰাহুল গান্ধীৰ উদাত্ত ভাষণ।
  • ভাষণৰ আৰম্ভণিতে সুঁৱৰিলে শংকৰদেৱ- জুবিন গাৰ্গক।
  • সভাত ৰাহুলে ক’লে- এইখন অসম শংকৰদেৱ, আজান পীৰ, জুবিন গাৰ্গ, তৰুণ গগৈৰ ভূমি।
  • জুবিন গাৰ্গে বিচাৰিছিল অসমখন এক হৈ থকাটো।
  • জুবিন গাৰ্গে কেতিয়াও কাৰো মনত দিয়া নাছিল আঘাত।
  • জুবিন গাৰ্গে কাৰোৰে জীৱনৰ বিৰুদ্ধে আঘাতহনা মন্তব্য নকৰিলে।
  • এয়াই হৈছে অসমৰ সংস্কৃতি।
  • মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যেতিয়াই মন কৰে তেতিয়াই মোডীৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে।
  • আদানি- আম্বানিৰ কথা উলিয়াওতে লোকসভাৰ পৰা পলাইছিল নৰেন্দ্ৰ মোডী।
  • মোডী- অমিত শ্বাহ দুয়ো ভ্ৰষ্টাচাৰী, কোনো সাৰি নাযায় এওলোক দৰে মানুহৰ অতপালিৰ পৰা।
  • বিজেপিয়ে কৈছিল ৬টা জনগোষ্ঠীক এছ টিৰ মৰ্যাদা দিম, কিন্তু আজিলৈকে কৰিলে নে ?
  • শ্ৰমিকসকলক উদ্দেশি তেওঁ কয়- ৩৫০টকাকৈ দৈনিক মজুৰি আপোনালোকক দিয়ে নে?
  • আমি ইয়ালৈ মিছা প্ৰতিশ্ৰুতিৰে অহা নাই। 
  • আমি যি কওঁ, তাক কৰি দেখুৱাও, আমি ৬জনগোষ্ঠীৰ এছ টি মৰ্যাদা দিম বুলি আজি কথা দিলো।
  • ৫টা সংকল্পলৈ আমি ইয়ালৈ আহিছো। 
  • মাহিলী প্ৰতিগৰাকী মহিলাক দিম আৰ্থিক সাহাৰ্য।
  • ক্ষুদ্ৰ প্ৰকল্প খোলাৰ বাবে মহিলাক ৫০ হাজাৰকৈ দিয়া হ’ব এককালীন আৰ্থিক সাহাৰ্য।  
  • ১০ লাখ পৰিয়ালৰ একচনীয়া ভূমি আমি ম্যাদীকৰণ কৰিম আমি।

Releated Posts

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…

ByByMahesh Malakar May 20, 2026

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি প্ৰতিমাহে…

ByByMahesh Malakar May 20, 2026

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী…

ByByMahesh Malakar May 20, 2026

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

ByByMahesh Malakar May 20, 2026
Scroll to Top