Image

নিজৰ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

নিজৰ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ চহৰসমূহত ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ চলি আছে। আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ জনতাৰ। লোকতন্ত্ৰৰ বিৰুদ্ধে ট্ৰাম্প ক্ষতিকাৰক বুলি উল্লেখ প্ৰতিবাদকাৰীৰ।

ট্ৰাম্পে আমাৰ ওপৰত অত্যাচাৰী হিচাপে শাসন কৰিব বিচাৰে। কিন্তু এইখন আমেৰিকা ক্ষমতা জনসাধাৰণৰ – ৰজা বা তেওঁলোকৰ কোটিপতি সহযোগীসকলৰ নহয়।

ন’ কিংছৰ ধ্বনি দি প্ৰতিবাদকাৰীসকলে ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্স আৰু প্ৰশাসনৰ অন্যান্য বিষয়াসকলৰ প্ৰতিমূৰ্তি লৈ তেওঁলোকক ক্ষমতাচ্যুত আৰু গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনায়।

Releated Posts

মৃতদেহৰ গোন্ধত দূষিত হৈ পৰিছে পৰিস্থিতি

একেলগে সন্ধানহীন হৈছে ৫০,০০০কৈ লোক ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছতেই হাহাকাৰ অৱস্থা মৃতদেহৰ গোন্ধত দূষিত হৈ পৰিছে পৰিস্থিতি সম্পূৰ্ণৰূপে…

ByByMahesh Malakar Jun 30, 2026

ধ্বংস হ’বলৈ ওলাইছে নেকি পৃথিৱী

ধ্বংস হ’বলৈ ওলাইছে নেকি পৃথিৱী বাৰে বাৰে কপি উঠিছে ধৰণী ইখনৰ পিছত সিখনলৈ দেশত। প্ৰকৃতিৰ ৰুষ্ঠ ৰূপ আফগানিস্তান,…

ByByMahesh Malakar Jun 28, 2026

ইটোৰ পিছত সিটোকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ভেনিজুৱেলা

ইটোৰ পিছত সিটোকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ভেনিজুৱেলা ধ্বংসস্তুপত পৰিণত হৈছে ভেনিজুৱেলা দুটাকৈ বৰ ভূঁইকপৰ দুদিন পিছতেই…

ByByMahesh Malakar Jun 27, 2026

ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা

ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে ভেনিজুৱেলা ভেনিজুৱেলাত মৃ*ত্যুৰ কিৰিলি ২টাকৈ ভয়ংকৰ ভূমিকম্পত ১০হাজাৰৰো অধিক লোকৰ মৃ*ত্যুৰ আশংকা সমগ্ৰ ভেনিজুৱেলাত…

ByByMahesh Malakar Jun 25, 2026
Scroll to Top