হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা
অনিৰ্দিষ্টকাললৈ প্ৰযোজ্য হ’ব কঠোৰ নিয়ম
ধুবুৰী জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা
কোনেও বজাব নোৱাৰিব মাইক, লাউডস্পীকাৰ
সকলোধৰণৰ শব্দ সৃষ্টিকাৰী সামগ্ৰী ব্যৱহৃত ব্যৱহাৰত নিষেধাজ্ঞা
নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰযোজ্য হ’ব এই নিয়ম
নিয়ম উলংঘা কৰিলেই লোৱা হ’ব কঠোৰ শাস্তি
পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত এই নিয়ম হ’ব প্ৰযোজ্য
শব্দ প্ৰদূষণৰ ওপৰত গুৰুত্ব ৰাখি এই সিদ্ধান্ত জিলা আয়ুক্তৰ













