‘বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত মানুহ থাকিব নোৱাৰা হ’ব’
ধুবুৰী প্ৰতিটো সমষ্টিতে হ’ব মাধমাৰ
ধুবুৰীত কিমান মাৰ পিট হয় তাৰ ঠিকেই নাই
ধুবুৰীত হুলস্থুল হৈ মানুহ থাকিব নোৱাৰা অৱস্থা হ’ব
কি ক’ত হয় কিমান অফিচ ভঙা যাব সময়ত গম পাব
কংগ্ৰেছৰ টিকটত ক্ৰয়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ
কংগ্ৰেছৰ বিৰুদ্ধে এখন টিকট নামত ৩-৪ কোটি টকাকৈ লোৱাৰ অভিযোগ
ধুবুৰী বিধানসভা সমষ্টিক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য













