• Home
  • দেশ
  • গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম
Image

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা তেৰা ট্যুৰ’’ গুৱাহাটীত শুভাৰম্ভ কৰিব । দুদিনীয়া ভ্ৰমণসূচীৰে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। ইপিনে শনিবাৰে শিল্পী গৰাকী বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয়।

আজি কনচাৰ্টৰ পূৰ্বে মা কামাখ্যা মন্দিৰ দৰ্শন কৰে শিল্পী গৰাকীয়ে। আনপিনে শনিবাৰে বিমানবন্দৰত উপস্থিত হৈ বলিউডৰ কণ্ঠশিল্পী গৰাকীয়ে জুবিন গাৰ্গক স্মৰণ কৰে। তেওঁ কয় যে- ১৯৯৭ৰ পৰা জুবিনৰ সৈতে মোৰ বন্ধুত্ব আছিল । শেষবাৰৰ বাবে গুৱাহাটীতে লগ পাইছিলো জুবিন গাৰ্গক। হঠাৎ কি হৈ গ’ল একোৱেই ধৰিব নোৱাৰিলোঁ। অসমৰ জনসাধাৰণে জুবিনক বহুত মৰম দিছে। বহু স্মৃতি জড়িত হৈ আছে জুবিন ৰ লগত। এনেদৰে মন্তব্য কৰি আৱেগিক হৈ পৰে বলিউডৰ কণ্ঠশিল্পী গৰাকী

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025

বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস

বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে বাবৰি মছজিদ নিৰ্মাণৰ…

ByByMahesh MalakarDec 11, 2025
Scroll to Top