• Home
  • দেশ
  • একে দিনাই TMC এৰিলে দুই সাংসদে
Image

একে দিনাই TMC এৰিলে দুই সাংসদে

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে পদত্যাগ কৰা কেইটামান মূহুৰ্তৰ পিছতেই

তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ ত্যাগ সায়নি ঘোষৰ পদত্যাগ

TMCত কোনো ভৱিষ্যত নাই বুলি মন্তব্য সায়নি ঘোষৰ

TMC এৰি মহিলা কংগ্ৰেছৰ মুৰব্বী হিচাপে যোগদান

ইতিমধ্যে সায়নি ঘোষে কংগ্ৰেছত যোগদান কৰাৰ খবৰ

যিকোনো মূহুৰ্তত বিজেপিত যোগদান কৰিব পাৰে TMC ৰ আনএগৰাকী সাংসদ সুস্মিতা দেৱে

ৰাজ্যসভাৰ সাংসদ পদৰ এৰিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ সুস্মিতা দেৱৰ

এসপ্তাহৰ ভিতৰতে TMCৰ তৃতীয়গৰাকী সাংসদৰ পদত্যাগ

একে দিনাই TMC এৰিলে দুই সাংসদে

Releated Posts

এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ বিজয় থালাপতি

এইবাৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ বিজয় থালাপতি বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ বিজয় থালাপতি চৰকাৰ নিৰাপত্তাৰক্ষীৰ চোকা নজৰৰ মাজতে জালত…

ByByMahesh Malakar Jul 5, 2026

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে

নাতি কেতন আগৰৱাল মৃ*ত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি প্ৰাণ হেৰুৱালে কেতনৰ ককাদেউতাকে দেৱীচান্দ আগৰৱালেও ইহলীলা সম্বৰণ কৰে নাতিয়েকক…

ByByMahesh Malakar Jul 5, 2026

আমিৰ খানৰ বাসগৃহত বিয়াৰ ৰমক জমক

তৃতীয় বাৰলৈ হিন্দু মহিলাৰ সৈতে নিকাহত বহিল আমিৰ খান ৬১ বছৰ বয়সত বান্ধৱী গৌৰী স্প্রাটৰ সৈতে নিকাহত বহিল…

ByByMahesh Malakar Jul 5, 2026

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু

ৰাম মন্দিৰৰ পিছত এইবা কেদাৰনাথ আৰু বদ্ৰীনাথ ধামৰ দনপাত্ৰতো চোৰৰ চকু ৰাম মন্দিৰৰ চুৰি কাণ্ডই সমগ্ৰ দেশ জোকাৰি…

ByByMahesh Malakar Jul 4, 2026
Scroll to Top