• Home
  • অপৰাধনামা
  • লাচিত ঘাটৰ আকাশত উৰিব ৭৫ খন ভাৰতীয় যুদ্ধ বিমান তলত বাজিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’
Image

লাচিত ঘাটৰ আকাশত উৰিব ৭৫ খন ভাৰতীয় যুদ্ধ বিমান তলত বাজিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কালজয়ী গীত ‘মায়াবিনী’

৯ নৱেম্বৰত ভাৰতীয় বায়ুসেনা বাহিনীৰ প্রতিষ্ঠা দিৱস উপলক্ষে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ কালজয়ী গীত’ মায়াবিনী ‘গীতেৰে জীপাল হ’ব মহানগৰীৰ ফাঁচিবজাৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ লাচিত ঘাটৰ সৰ্ববৃহৎ এয়াৰ শ্ব’। সাক্ষী হৈ ৰ’ব ৰাজ্যবাসী। লাচিত ঘাটৰ পৰা বায়ুসেনাৰ আখৰা যোৱা কেইবাদিন ধৰি চলি আছে। দেওবাৰৰ বায়ুসেনা বাহিনীৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং , মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সহ বহু কেই গৰাকী শীৰ্ষ এয়াৰফৰ্ছৰ বিষয়া ৷

দেওবাৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ সৰ্ববৃহৎ এয়াৰ শ্ব’ৰ প্ৰতি লক্ষ্য ৰাখি আজি আৰু কাইলৈ মহানগৰীত য’তে ত’তে চলাব নোৱাৰিব বাহন ৷ মহানগৰ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি এইছ বি ৰোড,এ টি ৰোড,ডিজি ৰোড,এম জি ৰোড,বি বৰুৱা পথ আৰু জিএনবি ৰোড পুৱা ৭ বজাৰ সন্ধিয়া ৫ বজালৈকে বন্ধ ঘোষণা কৰিছে ৷

Releated Posts

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত

শীঘ্ৰেই জে’লৰ পৰা ওলাই আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গক শ্যামকানু মহন্তই হত্যা কৰা নাই শ্যমকানুৱে নিৰ্দোষী মানুহক জেলত…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top