• Home
  • দেশ
  • দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা
Image

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ পথ দুৰ্ঘটনা
এখন ট্ৰেইলাৰত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ
থিতাতে ৭ৰ মৃত্যু, ২২জনৰ অৱস্থা সংকটজনক
মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনা
দুৰ্ঘটনাৰ পিছতে জ্বলি ভষ্মীভূত যাত্ৰীবাহী বাছখন
ঋষিকেশৰ পৰা ইন্দোৰ অভিমুখী গৈ আছিল বাছখন

Releated Posts

পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা

পৱিত্ৰ ৰাম মন্দিৰৰ দান-বৰঙণিৰে অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা মন্দিৰৰ দান-বৰঙণি চুৰিত মূল অভিযুক্ত লৱকুশ মিশ্ৰ মাহিলি ১২,০০০ টকাকৈ…

ByByMahesh Malakar Jul 1, 2026

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ৰাজপথত মৃত্যুৰ কিৰিলি এই পৰ্যন্ত ৮জনৰ মৃত্যুৰ খবৰ আহত হৈছে ২২ গৰাকীকৈলোক…

ByByMahesh Malakar Jul 1, 2026

অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰ

অযোধ্যা দৰ্শনৰ বাবে যোৱা কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশ আৰক্ষীৰউত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি অজয় ৰায়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়েভগৱান ৰামক…

ByByMahesh Malakar Jun 30, 2026

মুছলমান শিক্ষকক প্ৰহাৰ বিজেপি নেতাৰ

মুছলমান শিক্ষকক প্ৰহাৰ বিজেপি নেতাৰ বিদ্যালয়ত উৰ্দু পঢ়োৱাৰ বাবেই প্ৰহাৰ মুছলমান শিক্ষকক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে দেশ তেলেংগানা…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top