• Home
  • অসম
  • শপতগ্ৰহণৰ ২৪ ঘন্টাৰ পূৰ্বেই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ
Image

শপতগ্ৰহণৰ ২৪ ঘন্টাৰ পূৰ্বেই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

শপতগ্ৰহণৰ ২৪ ঘন্টাৰ পূৰ্বেই বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ১০ লাখ যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ দায়িত্ব ল’লে হিমন্ত বিশ্ব শৰ্মাই

চাকৰি আৰু স্থানীয় বিকাশৰ ক্ষেত্ৰত দিয়া হ’ব সৰ্বাধিক গুৰুত্ব

অসমৰ ভেটি অধিক শক্তিশালী কৰিবলৈ লোৱা হ’ব বিশেষ পদক্ষেপ

১০ লাখ যুৱক যুৱতীক দিব ৫ লাখকৈ টকা

নতুন কৰ্মসংস্থাপন সৃষ্টিৰ বাবে লোৱা হ’ব এই পদক্ষেপ

স্থানীয় অৰ্থনীতি শক্তিশালী কৰিবলৈ এই পদক্ষেপ

প্ৰতিজন উদ্যোগিক ক্ষুদ্ৰ উদ্যোগৰ বাবে বাবে সহায় কৰিব চৰকাৰে

Releated Posts

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026
Scroll to Top