ৰঙিয়াৰ বটাকুছিত পথ দুৰ্ঘটনা, নিহত এজন।
ৰঙিয়াৰ বটাকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।
পথৰ পৰা দ খাৱৈত বাগৰিল এখন ট্ৰেক্টৰ।

খাৱৈত বাগৰি পৰাৰ পাছতে গাড়ীৰ তলত সোমাই পৰে চালকগৰাকী।
চালক জন থিতাতে নিহত হোৱাৰ কথা উল্লেখ কৰিছে স্থানীয় লোকে।
নিহত হোৱা চালক জন বিজনীৰ মাজিদুল আলী বুলি চিনাক্ত প্ৰত্যক্ষ দৰ্শীৰ।