Image

জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰে ভাৰতে

টি-২০ বিশ্বকাপৰ দ্বিতীয়খন আৰু গুৰুত্বপূৰ্ণ ছুপাৰ ৮ মেচত ভাৰতে জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে ভাৰতে ।১ মাৰ্চত এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ।প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২৫৬ ৰাণ সংগ্ৰহ কৰে, যিটো বৰ্তমানৰ টি-২০ বিশ্বকাপৰ সৰ্বাধিক আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ ।ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ আৰ্শদীপ সিঙে ৪ অভাৰত ২৩ ৰাণত ৩টা উইকেট দখল কৰে ।ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই ২৩ বলত ৫০ ৰাণ আৰু তিলক বৰ্মাই ১৬ বলত অপৰাজিত ৪৪ ৰাণ কৰি ভাৰতৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেলক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ৰিংকু সিঙৰ ঠাইত সঞ্জু চেমছনক অন্তৰ্ভুক্ত কৰা হয় ।

Releated Posts

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে…

ByByMahesh Malakar Apr 11, 2026

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ সমুখসমৰত RR vs CSK অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ চেন্নাই…

ByByMahesh Malakar Mar 30, 2026

 দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট বৰ্ষাপাৰাত ধোনীক চোৱাৰ পৰা বঞ্চিত হ’ব অনুৰাগী

কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মেচ। ইতিমধ্যে ৪দিন পূৰ্বৰে পৰা গুৱাহাটীত…

ByByMahesh Malakar Mar 29, 2026
Scroll to Top