টি-২০ বিশ্বকাপৰ দ্বিতীয়খন আৰু গুৰুত্বপূৰ্ণ ছুপাৰ ৮ মেচত ভাৰতে জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিছে ভাৰতে ।১ মাৰ্চত এই মেচখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ।প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ২৫৬ ৰাণ সংগ্ৰহ কৰে, যিটো বৰ্তমানৰ টি-২০ বিশ্বকাপৰ সৰ্বাধিক আৰু প্ৰতিযোগিতাখনৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক দলীয় স্ক’ৰ ।ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ আৰ্শদীপ সিঙে ৪ অভাৰত ২৩ ৰাণত ৩টা উইকেট দখল কৰে ।ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই ২৩ বলত ৫০ ৰাণ আৰু তিলক বৰ্মাই ১৬ বলত অপৰাজিত ৪৪ ৰাণ কৰি ভাৰতৰ সৰ্বোচ্চ ৰাণ সংগ্ৰহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।ৱাশ্বিংটন সুন্দৰৰ ঠাইত অক্ষৰ পেটেলক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ৰিংকু সিঙৰ ঠাইত সঞ্জু চেমছনক অন্তৰ্ভুক্ত কৰা হয় ।

জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত কৰে ভাৰতে
Releated Posts
ভাৰতীয় T-20 দলত স্থান লাভ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ
ভাৰতীয় T-20 দলত স্থান লাভ ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে দুয়োটা দলতে স্থান লাভ বৈভৱ…
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ
অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…
আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে
আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ বিশেষ চৰ্চা ২০২৬ বৰ্ষৰ এখনো মেচত…
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে…
















