• Home
  • অসম
  • কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
পুৱা ৭.১৫ বজাত দিল্লীৰ পৰা পোনে পোনে যাব চাবুৱালৈ।
৯ বাজি ৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডত উপস্থিত হব মোদী।
চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হব প্ৰধানমন্ত্ৰী মোদী।
মৰাণত এয়াৰ শ্ব’ত অংশ ল’ব মোদীয়ে।
দিনৰ ১ বজাত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIM গুৱাহাটী, বঙৰাস্থিত অস্থায়ী কেম্পাছ।
গুৱাহাটীৰ বাবে অতিৰিক্ত ১০০ খন ইলেক্ট্ৰিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

Releated Posts

অসমত ৰেড এলাৰ্ট জাৰি

অসমত ৰেড এলাৰ্ট জাৰি ৰাজ্যত বতৰে ল’ব ভয়াৱহ ৰূপ সাৱধান হওক ৰাজ্যবাসী আগন্তুক ৫ দিন পৰ্যন্ত ৰাজ্যত জাৰি…

ByByMahesh Malakar Jun 28, 2026

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026
Scroll to Top