• Home
  • অপৰাধনামা
  • বিশ্বনাথত অসম বৈদিক বৈষ্ণৱ মহাসভা আৰু প্ৰগতি সমাজ বিশ্বনাথ আঞ্চলিক সমিতিৰ নেতৃত্বত গুৰু আসন প্ৰতিষ্ঠা ৷

বিশ্বনাথত অসম বৈদিক বৈষ্ণৱ মহাসভা আৰু প্ৰগতি সমাজ বিশ্বনাথ আঞ্চলিক সমিতিৰ নেতৃত্বত গুৰু আসন প্ৰতিষ্ঠা ৷

বিশ্বনাথ চাৰিআলিৰ মধুপুৰস্থিত বিশ্বনাথ আঞ্চলিক নামঘৰত ১৯১৭ চনৰপৰা যি গুৰুগৃহ প্ৰতিষ্ঠা কৰা মানস কৰি গুৰু আসন ভাগ ধৰ্মীয় ৰীতি নীতিৰে আজি কৃষ্ণ জন্মাষ্টমীৰ দিনাই প্ৰতিষ্ঠা কৰে৷অসম বৈদিক বৈষ্ণৱ মহাসভাৰ আয়োজন কৰা এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৈদিক বৈষ্ণৱ মহাসভা, প্ৰগতি সমাজৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন, নামঘৰ দ্বাৰ উন্মোচন, জয় মূৰ্তি, বিজয় মূৰ্তি, গৰুড় মূৰ্তি স্থাপন কৰা পিচতে গুনমালা আদৰি নি পাঁচ সত্ৰাধিকাৰ দ্বাৰা গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। উক্ত কাৰ্যসূচীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিতিৰ লগতে বিশ্বনাথৰ বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে

Releated Posts

ইউএছটিএমৰ বিজ্ঞানীৰ বিশ্ব স্বাস্থ্য গৱেষণাত উল্লেখযোগ্য অৱদান

ইউএছটিএমৰ বিজ্ঞানীৰ বিশ্ব স্বাস্থ্য গৱেষণাত উল্লেখযোগ্য অৱদান Ri-Bhoi, Meghalaya, 26th June 2026: উত্তৰ-পূৰ্বাঞ্চলৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱময়…

ByByMahesh Malakar Jun 26, 2026

অধিক হিংসাত্মক ৰূপ লৈছে হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত

অধিক হিংসাত্মক ৰূপ লৈছে হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে ম্যানমাৰ সাধাৰণ নিৰ্বাচনৰ পাছতেই ম্যানমাৰত হাহাকাৰ…

ByByMahesh Malakar Jun 25, 2026

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড

মুছলমানক বদনাম কৰিবলৈ হিন্দু যুৱকৰ ভয়ংকৰ কাণ্ড মুছলমানক বদনাম কৰি কালী মন্দিৰত গোঁ-মুণ্ড পেলোৱাৰ চেষ্টা হিন্দু যুৱকৰ আয়চন…

ByByMahesh Malakar Jun 23, 2026

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ

জুবিন গাৰ্গ গোচৰৰ নতুন মোৰ ভিডিঅ’ ফুটেজক লৈ আদালতত আৰম্ভ নতুন বিতৰ্ক জুবিন গাৰ্গ হত্যাকাণ্ডৰ বিচাৰৰ ভিডিঅ’ ফুটেজৰ…

ByByMahesh Malakar Jun 16, 2026
Scroll to Top