মহাকাশৰ পৰা সুনীতা উভতি অহাৰ আঁৰত এগৰাকী অসম সন্তান…

সুদীৰ্ঘ ৯ মাহৰ অন্তত কালি পৃথিৱীপৃষ্ঠত উপস্থিত হয় নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়াম আৰু তেওঁ সতীৰ্থ। পিছে এই সমগ্ৰ অভিযানৰ আঁৰত এগৰাকী অসমীয়া ব্যক্তিৰ নাম পোহৰলৈ আহিছে। তেওঁৰ নাম ভৱানী শৰ্মা।
মহাকাশৰ পৰা সুনীতা উভতি অহাৰ আঁৰত এগৰাকী অসম সন্তান


সুদীৰ্ঘ ৯ মাহৰ অন্তত কালি পৃথিৱীপৃষ্ঠত উপস্থিত হয় নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়াম আৰু তেওঁ সতীৰ্থ। পিছে এই সমগ্ৰ অভিযানৰ আঁৰত এগৰাকী অসমীয়া ব্যক্তিৰ নাম পোহৰলৈ আহিছে। তেওঁৰ নাম ভৱানী শৰ্মা।৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৯মাহৰ অন্তত পৃথিৱীলৈ উভতে। কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ মহাকাশত কটোৱাৰ অন্তত ১৯ মাৰ্চৰ দিনা ভাৰতীয় সময় অনুসৰি পুৱা ৩ বাজি ২৭ মিনিট পৃথিৱীপৃষ্ঠত উপস্থিত হয় মহাকাশচাৰীসকল।
৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৯মাহৰ অন্তত পৃথিৱীলৈ উভতে। কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ মহাকাশত কটোৱাৰ অন্তত ১৯ মাৰ্চৰ দিনা ভাৰতীয় সময় অনুসৰি পুৱা ৩ বাজি ২৭ মিনিট পৃথিৱীপৃষ্ঠত উপস্থিত হয় মহাকাশচাৰীসকল।

সুনীতাৰ এই সফলতাত বিশ্ববাসী গৌৰৱান্বিত। পিছে এই অভিযানত নাম সাঙোৰ খাইছে এজন অসমীয়াৰ। কিয়নো ইলন মাস্কৰ SpaceXত কৰ্মৰত এগৰাকী অসম সন্তান।