গুৱাহাটীৰ মালিগাঁৱত ভ-য়ং-ক-ৰ দুৰ্ঘটনা।

গুৱাহাটীৰ মালিগাঁৱত ভয়ংকৰ দুৰ্ঘটনা

তীব্রবেগী চিটিবাছে মহতিয়াই নিলে এখন চাৰিচকীয়া বাহন

বাছখনে লগতে মহটিয়াই নিলে দুখন দুচকীয়া বাহন

বৰিপাৰা উৰণ সেতুৰ ওপৰত এই দুর্ঘটনা

জালুকবাৰী অভিমুখী চিটিবাছে সংঘটিত কৰে এই ঘটনা

আহত দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চালক,আৰোহী

ঘটনা সংঘটিত কৰি চিটিবাছ এবি পলায়ন চালকৰ

জালুকবাৰীৰ যানবাহন আৰক্ষী উপস্থিত হৈ তদন্ত কৰে ঘটনাৰ