• Home
  • অসম
  • আঘোণৰ পথাৰত ধান দোৱাত ব্যস্ত বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী
Image

আঘোণৰ পথাৰত ধান দোৱাত ব্যস্ত বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী

আঘোণৰ পথাৰত ধান দোৱাত ব্যস্ত বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী। বিশ্বকাপ জয়েৰে ইতিহাস ৰচা ভাৰতীয় মহিলা ক্ৰিকেটাগৰাকীক দাৱনিৰ ৰূপত দেখা গ’ল। আঘোণৰ পথাৰত ধান দোৱাত ব্যস্ত ক্ৰিকেটাৰগৰাকী।

পথাৰলৈ গৈয়েই হাতত কাঁচী লৈ ধান কটাত ব্যস্ত হৈ পৰে উমা চেত্ৰী। বিশ্বকাপ জয়ৰ মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য অসম কন্যা উমা চেত্ৰী। বিশ্বজয় কৰি বৰ্তমান ক্ৰিকেটাগৰাকী নিজ গৃহত আছেহি। নিজগৃহত এতিয়া ক্ৰিকেট বেট এৰি হাতত কাঁচী লৈ পথাৰত ব্যস্ত হৈ পৰিছে বিশ্বজয়ী ক্ৰিকেটাগৰাকী। পৰিয়ালৰ আন আন লোকৰ সৈতে আঘোণ মহীয়া পথাৰত ধান কটাত ব্যস্ত হৈ পৰিছে ক্ৰিকেটাৰ উমা চেত্ৰী।

Releated Posts

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top