জুবিন ঘটনাৰে জড়িত অভিযুক্তই পাব নেকি জামিন
আজি আদালতত জুবিন ঘটনাৰ গুৰুত্বপূৰ্ণ শুনানি
জুবিন ঘটনাৰ ৩ অভিযুক্তৰ ৰায়দান দিব আজি আদালতে
জামিন পাব নেকি অমৃতপ্ৰভা মহন্ত, জুবিন গাৰ্গৰ দুই PSOয়ে
জামিন আবেদন প্ৰত্যাহাৰ কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই
গোচৰ উন্নিতকৰন আৰু ব্যক্তিগত কাৰণ দৰ্শোৱাই জামিন আবেদন প্ৰত্যাহাৰ দুই অভিযুক্তৰ
সমান্তৰালকৈ সন্দীপন গাৰ্গেও প্ৰত্যাহাৰ কৰিছে লোক অধিবক্তা
গতিকে আজি জুবিন ঘটনাৰ তিনি অভিযুক্তৰ হ’ব শুনানি
ন্যায়াধীশ বিপ্লৱ বৰুৱা আদালতে আজি গ্ৰহণ কৰিব শুনানি













