Image

কি হৈছে ট্ৰাম্পৰ?পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক

ভেনিজুৱেলাৰ পিছত এইবাৰ ভাৰতৰ বিৰুদ্ধে কঠোৰ মাৰ্কিন ৰাষ্ট্ৰপতি

পৰম মিত্ৰ বুলি কোৱা এইবাৰ ভাৰতক দিলে ধমক

ভেনিজুৱেলাত অতৰ্কিত আক্ৰমণ আৰু সপত্নীক ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক নিজ দেশলৈ লৈ যোৱাৰ পিছতে এতিয়া বিশ্বজুৰি নিন্দিত হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বিশ্বৰ বহু দেশে মুকলিকৈ এনে কাৰ্যৰ বাবে তীক্ষ্ণ সমালোচনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক। কিন্তু এনে নিন্দা-সমালোচনালৈ কোনো ভ্ৰূক্ষেপ নাই ট্ৰাম্পৰ, বৰঞ্চ পুনৰ এবাৰ ৰাছিয়াৰ সৈতে ব্যৱসায়ৰ বাবে ভাৰতক ভাবুকিৰ লক্ষ্য কৰি লৈছে। ভাৰতে ৰাছিয়াৰ পৰা কৰা তেল আমদানি সন্দৰ্ভত পুনৰবাৰ শুল্ক বৃদ্ধিৰ হুংকাৰ দিছে ট্ৰাম্পে

শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতী গৰাকীয়ে পুনৰবাৰ এই বিষয়ত বক্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীক এগৰাকী অতি সুদক্ষ আৰু ভাল ব্যক্তি আখ্যা দিয়ে। কিন্তু ভাৰতে আচলতে আমেৰিকাক সন্তুষ্ট কৰি ৰাখিব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে। ট্ৰাম্পে কয়, “মোদীয়ে জানে যে মই ৰাছিয়াৰ পৰা তেল আমদানি কৰা বিষয়ত সুখী নাছিলোঁ। তেওঁলোকে আমাৰ সৈতে ব্যৱসায় কৰে, গতিকে আমি বিচাৰিলে অতি সোনকালেই তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰোঁ।”

ইতিমধ্যে ট্ৰাম্পৰ এনে কাৰ্যক ক্ষোভ প্ৰকাশ কৰি বিশ্বৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদৰ

কি হৈছে ট্ৰাম্পৰ

Releated Posts

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই

এতিয়াৰে পৰা সদনত ভাষণ দিব নোৱাৰিব ৰাঘৱ চাদ্দাই ‘মোক মৌন কৰোৱা হৈছে’ ‘সদনত ভাষণ দিয়া বন্ধ কৰা হৈছে’…

ByByMahesh Malakar Apr 3, 2026

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ

হঠাৎ আপৰ সাংসদ ৰাঘৱ চাদ্দাক অপসাৰণ উপ-দলপতি পদৰ পৰা আপে অপসাৰণ কৰে চাদ্দাক শেহতীয়াকৈ কেইটবাটাও ঐতিহাসিক বিষয় ৰাজ্যসভাত…

ByByMahesh Malakar Apr 2, 2026

আকৌ জনতাৰ মূৰত মাধমাৰ!

আকৌ জনতাৰ মূৰত মাধমাৰ! গেছ নাটনিৰ মাজতে আকাশলংঘীভাৱে বাঢ়িলে LPG চিলিণ্ডাৰৰ মূল্য ১৯৫ টকা পৰ্যন্ত বৃদ্ধি চিলিণ্ডাৰৰ দাম…

ByByMahesh Malakar Apr 1, 2026
Scroll to Top