• Home
  • দেশ
  • উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক
Image

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত দেখা যাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।

আজি উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাব মমতা বেনাৰ্জীয়ে।

SIR গোচৰ সন্দৰ্ভত যুক্তি দৰ্শাব মুখ্যমন্ত্ৰীগৰাকীয়ে।

বংগ চৰকাৰে SIRৰ বিৰোধিতা কৰি সৰ্বোচ্চ ন্যায়ালয়ত তৰা গোচৰৰ আজি শুনানি আজি।

কোর্টত খোদ যুক্তি আগবঢ়োৱা মমতা বেনার্জীয়ে দেশৰ প্ৰথমজন মুখ্যমন্ত্রী হিচাপে বিবেচিত হ’ব।

আজি ইতিহাস ৰচনা কৰি প্ৰথম বাৰলৈ উচ্চতম ন্যায়ালয়ৰ শুনানীত এগৰাকী অধিবক্তা হিচাপে SIRৰ বিৰুদ্ধে যুক্তি আগবঢ়াব মমতা বেনাৰ্জীয়ে।

ন্যায়ালয়ৰ শুনানীত অধিবক্তা হিচাপে ভাগ লোৱা দেশৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব মমতা

Releated Posts

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…

ByByMahesh Malakar Apr 9, 2026

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল

HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…

ByByMahesh Malakar Apr 9, 2026

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top